About Khel Maharan 2.0
A platform that celebrates the extraordinary talent of village players and their journey from grassroots to grandeur! Our unique initiative aims to recognize and uplift local sporting heroes who excel in their specific games. Starting at the panchayat level, where hidden gems are unearthed, we provide a stage for these athletes to showcase their prowess. As they progress through district and state levels, they not only compete but also grow, learning valuable skills, sportsmanship, and camaraderie. Khel Maharan bridges the gap between rural talent and the wider world of sports, ensuring that those who shine in their villages have the opportunity to shine on the national stage.
Uplift Local Heroes
Identify Hidden Talent
A Journey to Remember
Opportunity to Shine
Showcase Sportsmanship
ৰাভা বীৰ দ'দান ৰজা
দ’দান ৰজা অতি শক্তিশালী বীৰ আছিল। কিম্বদন্তী মতে দ’দান ৰজা শোণিতপুৰৰ মহা শক্তিশালী ৰজা বাণৰ নিকট আত্মীয়। কিছুমানৰ মতে দ’দান বাণ ৰজাৰ ভাগিন আৰু আন কিছুমানে তেওঁক বাণ ৰজাৰ পুত্ৰ বুলিও কয়। অসমীয়া বুৰঞ্জীৰ কোনো কোনো ঠাইত বাণ ৰজাৰ পাঁচজন পুত্ৰ সম্ভান আৰু উষা নামৰ এগৰাকী কন্যা সম্তান থকাৰ কথা পোৱা যায়। পাঁচজন পুত্ৰ সন্তানৰ ভিতৰত ইন্দ্ৰদমন নামৰ সম্তান বাণ ৰজাৰ জ্যেষ্ঠ সম্ভান বুলি অখখ্যা দিয়ে। এই পাঁচজন পুত্ৰ সন্তানৰ ভিতৰত দ’দানো এজন। কিছুমান পণ্ডিতৰ মতে ইন্দ্ৰদমনেই দ’দান নামে পৰিচিত হয়। যিহেতু তেওঁৰ ইন্দ্ৰদমন নামলৈ অপভ্ৰংশ হৈ ইন্দ্ৰ বাদ গৈ দমন > দমান > দ’দান হোৱা বুলি বিশ্বাস কৰে।
দ’দানে যুদ্ধৰ সময়ত ডাঙৰ ডাঙৰ শাল-শিমলু গছ উভালি শত্ৰু সৈন্যৰ ওপৰত দলিয়াই নিৰ্মমভাৱে হাৰাশাস্তি কৰিছিল। তেওঁ হেনো দঁদাল হাতীকো ভুকুৱাই মাৰিছিল। আনকি তৰোৱালেৰে এক ঘাপতে কাটিও হাতীক মাৰিব পাৰিছিল। এনে শক্তিশালী বীৰ ৰাভাসকলৰ এজন ৰজা আছিল। এই বীৰ গৰাকীক ৰাভাসকলৰ আদি ৰজা বুলি গণ্য কৰা হয়। ৰাভাসকলে তেওঁলোকৰ আদি ৰজা সেইদৰে বীৰ দ’দানৰ স্মৃতি ৰক্ষাৰ্থে গোৱালপাৰা-লক্ষীপুৰ ৰাষ্ট্ৰীয় পথৰ বায়দা গাঁৱৰ দ’দান হাচুত দ’দান মন্দিৰ নিৰ্মাণ কৰি প্রতি বছৰৰ ফাগুন মাহৰ শুক্লাষ্টমী তিথিত চাৰিদিনীয়াকৈ পূজা আৰু মেলা উৎসৱ অনুষ্ঠিত কৰি আহিছে।
Be Part of Something Bigger ! Register today to participate.
Message from honourable Prime Minister
From our honourable leaders
Smt Nandita Garlosa
Honourable Minister of Sports
Get ready to witness the grandest sporting event of the decade – Khel Maharan 2.0. This event is more than just a game, it’s a celebration of sportsmanship and cultural exchange that will bring together athletes from all corners of the world.